যিকোনো এখন ফটোৰ background ১০ ছেকেণ্ডৰ ভিতৰত কিদৰে change কৰিব পাৰি ইয়াত জানক
আপুনি আপোনাৰ যিকোনো ফটোৰ background যদি ১০-২০ ছেকেণ্ডৰ ভিতৰত নাইকীয়া কৰিব বিচাৰে তেন্তে আপুনি সঠিক ঠাইত পঢ়িৱলৈ আহিছে ।
আপোনাক আজি আমি শিকাই দিম কিদৰে আপোনাৰ যিকোনো ফটোৰ background ১০-২০ ছেকেণ্ডৰ ভিতৰত নাইকীয়া কৰিব পাৰি ।
গতিকে আহক এইয়া জানোহঁক এতিয়া step by step
আপোনাৰ যিকোনো ফটোৰ background ১০-২০ ছেকেণ্ডৰ ভিতৰত নাইকীয়া কৰিবলৈ প্ৰথমে আপুনি Remove.bg নামৰ এই এপ্পটো প্লে ষ্টোৰৰ পৰা ডাউনলড কৰি install কৰিব । ই play storeত বিনামূলীয়াকৈ উপলব্ধ।
এপ্পটো install কৰাৰ পাছত ফটোৰ background আঁতৰাবলৈ এই এপ্পটো খোলক। আৰু ইয়াত background আঁতৰাব বিচৰা ফটো খন আপলোড কৰক ।
এনেদৰে ফটোখন আপলড কৰা পাছত দেখিব যে আপুনি background আঁতৰাব বিচৰা ফটোখনৰ background আঁতৰি যাব ।
এতিয়া আপোনাৰ background আঁতৰি থকা ফটোখন save কৰি ৰাখিবলৈ option বা বিকল্প পাব আপুনি তাত কৰি ক্লিক কৰি save বা সংৰক্ষণ কৰিব ।
এতিয়া আপুনি যদি বিচাৰে ফটো খনৰ background ত যিকোনো বেলেগ background ফটো দিবলৈ তেন্তে আপুনি অতি সহজে যিকোনো ফটো এডিটিং এপ্প'ৰ দ্বাৰা দিব পাৰিব ।
গতিকে ঠিক এনেদৰে আপুনি অতি সহজে যিকোনো ফটো এখনৰ background আঁতৰাব পাৰি ।
আপুনি এই প্ৰক্ৰিয়াটো এবাৰ নিজে কৰি চাওঁক । গম পাব যে গোটেই প্ৰক্ৰিয়াটো কৰিবলৈ আপোনাৰ মাত্ৰ ১০ৰ পৰা ২০ ছেকেণ্ডহে সময় লাগিব । আৰু আপোনাৰ backgroundটো অতি নিখুত ভাৱে Erase কৰি দিব ।
0 Comments