টিকটকৰ নতুন ভাৰশ্বন - tiktok new version
বাংগালুৰু স্থিত দুজন progamer এ 2019 বৰ্ষত বনোৱা হৈছিল এটা এপ যাৰ নাম আছিল
CHINGARI । আৰু এপ বনোৱা
progamer দুজনৰ নাম আছিল
বিশ্বাৎমা নায়ক আৰু সিদ্ধাৰ্থ গৌতম । আৰু এই সময়ত বনোৱা এই এপটো এই short ভিডিঅ sharing platform ত বিষেশ বাবে জনপ্ৰিয় হব পৰা নাছিল । যদিওঁ কিছু দিনৰ আগৰ পৰা এই এপটো কিন্তু খুব চলিব আৰম্ভ কৰিছে আৰু একেধাৰে জনপ্ৰিয়ওঁ হয় পৰিছে । আৰু ইয়াৰ একমাত্ৰ কাৰন হৈছে ভাৰতত চাইনা এপ boycott আৰু অলপতে হয় যোৱা china app ban । ভাৰতত short video share ৰ platform খন বহু দিনৰ পৰা দখল কৰি আছিল টিকটকে । কিন্তু যেতিয়াৰ পৰা china app india ত boycott কৰাৰ কথা আৰম্ভ হল তেতিয়াৰ পৰা এই এপটো অনাশাংখিত বাবে userৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে । লক্ষনীয় যে টিকটকৰ পাছত বাৰ্তমান এই platformত বিশেষ বাবে কিছু সময়ৰ বাবে জনপ্ৰিয়তা অৰ্জন কৰা এপ আছিল mitron (মিত্ৰ) এপ । কিন্তু এই mitron app ত কিছুমান privacy লৈ শংকা অহাৰে পৰা লগে লগে এই এপটোৰ জনপ্ৰিয়তা কমি গল আৰু এতিয়া এই মঞ্চখনত নতুনকৈ জনপ্ৰিয়তা অৰ্জন কৰিছে chingari app টোৱে । বৰ্তমান এই app টো অলপ কেইদিনৰ ভিতৰত ইমান মানুহৰ পচন্দৰ এপ হল মাত্ৰ কেইদিনমানৰ ভিতৰত এই app টো 2 million ৰো অধিক download পাবলৈ সক্ষম হৈছে আৰু এতিয়া এই এপটোৰ জনপ্ৰিয়তা বাঢ়ি যোৱাৰ লগে লগে এতিয়া ইয়াক বহুতে
tiktok ৰ স্বদেশী ভাৰশ্বন বুলি কবলৈ আৰম্ভ কৰিছে । লক্ষণীয় বৰ্তমান এই এপটো google play stor টো top 10 trending ত সেমাই গৈছে ।
C
hingari app টোৰ co founder biswatma nayak এ জনাইছে যে যোৱা কিছু দিনৰ পৰা এই এপটোৰ users বাঢ়ি গৈছে আৰু users সকলে ইয়াক tiktok ৰ বিকল্প হিচাপে বাচি লৈছে বুলি মত প্ৰকাশ কৰিছে । আৰু তেও কৈছে যে
চিংগাৰী এপটোৰ জনপ্ৰিয়তাৰ বৃদ্ধি দেখি এতিয়া বহুতো invester এ invest কৰিবলৈ আগবাঢ়ি আহিছে বুলি জানিব দিছে ।
আপোনাক জনাই দিও যে chingari app টোত আপুনি পাব trending news , entertenment news, funny video, romantic video, love quotes, Video song, whatsapp status আদি । লগতে ইয়াত short video বনাই upload কৰিব পাৰিব আৰু download কৰিব পাৰিব আৰু freind ৰ লগত chat কৰিব পাৰিব . Chingari app ত tiktok ৰ দৰে creat কৰিবলৈ বিভিন্ন filter, sticker আদি দিয়া আছে । এটা report অনুসৰি এই flaporm ত user এ প্ৰতিদিনে প্ৰায় দহ হাজাৰ content creat কৰি post কৰে । এই app তোৰ তুলনা যদি tik tok ক কৰা যায় তেন্তে কব লাগিব tiktok কেৱল entertenment video হে share কৰিব পাৰে কিন্তু এই এপটোত entertenment video share কৰা লগতে trending news আৰু whats aap status আদিও share কৰিব পৰা যায় যাৰ বাবে ইয়াত special section দিয়া আছে । আৰু লগতে এই এপটো ১০ টা ভাষাৰেওঁ চলাব পৰা ব্যৱস্থা কৰা হৈছে ।আৰু এই ভাষাবোৰ হৈছে engling, hindi Bengali gujarati marathu, Punjabi, tamil, telegu আদি ।
Chingari app বৰ্তমান android আৰু IOS platform ত download ৰ বাবে উপলব্ধ হয় আছে । গতিকে আপুনি যদি বিচাৰে তেন্তে এইয়া download কৰিব পাৰিব ।
0 Comments