Facebook এ মুকলি কৰিলে Facebook Mobile appত ভাৰতীয় Avatar feature । এই Avatar আপোনাৰ social media profileত এটা cartoon ৰ দৰে বনোৱাৰ বিকল্প প্ৰদান কৰিব । এই feature টো এতিয়া Facebook Mobile app ত ব্যাপক ৰুপত উপলব্ধ হৈ পৰিছে । যত users সকলে স্বয়ং নিজৰ Avatar বনাব পাৰি । ইয়াত চুলিৰ বিভিন্ন style, ৰং বা শৰীৰৰ অংগ ক ভিন্ন ষ্টাইলত বনোৱাৰ সুবিধা প্ৰদান কৰা হৈছে । যাৰ দ্বাৰা users নিজে নিজৰ Avatar বনাব পাৰিব ।
ভাৰতত Avatar feature বিভিন্ন face style, hair style আৰু অংগৰ ভিন্ন style সৈতে আহিছে যি ভাৰতীয় users ক ধ্যানত ৰাখি বনোৱা হৈছে । এই Avatar ক Facebook massenger app windo টো আৰু Facebook comment ত বা profile picture ৰ ৰুপ ব্যৱহাৰ কৰিব পাৰি । কোম্পানীৰ মতে এই feature WhatsAp messenger টো দিয়া হব বুলি জনোৱা হৈছে ।
ইয়াৰ users সকলৰ বাবে চেহেৰাৰ বৈশিষ্ট, চুলি, ৰং, out feed আদিৰ বিভিন্ন বিকল্প প্ৰদান কৰা হৈছে । যাৰ দ্বাৰা users নিজৰ digital Avatar বনাব পাৰি ।
এই feature Android আৰু iOS দুয়োটা device ত উপলব্ধ হয় ।
গতিকে জানো আহক কিদৰে অৱতাৰ create কৰিব পাৰি ।
Avatar create কৰিবলৈ প্ৰথমে Facebook app টোৰ 'Bookmarks' যাওক অথবা যিকোনো পষ্টৰ কমেন্ট বক্সলৈ যাব । তাত আপুনি comment box ত ক্লিক কৰিব -
Comment box ক্লিক কৰিলে ‘smiley' option পাব তাত ক্লিক কৰিব লাগিব । তাৰেই ‘stickers' বুলি দেখা পাব তাত ক্লিক কৰি “Make your Avatar” টোত ক্লিক কৰিব । তাৰ পাছত অৱতাৰ বনাবলৈ option পাই যাব আৰু তাত Avatar বনাব পাৰিব ।
জনাই দিওঁ যে এই Avatar Facebook Messenger app টো একেটা পদ্ধতিত বনাব পাৰিব । বৰ্তমান Avatar বনোৱা feature টো কেৱল messenger app ৰ Android version ত হে উপলব্ধ হৈ আছে ।
Facebook Avatar টো বিশেষকৈ ভাৰতীয় cultureৰ লগত খাপ খুৱাকৈ বনোৱা হৈছে ।এই feature টোত kurta, shari, shoot, পাগুৰি আৰু লুঙি বনাবলৈ বিকল্প দিয়া হৈছে । ইয়াত আৰু এটা বিকল্প আছ যে যত users সকলে selfie camera ৰ দ্বাৰা নিজৰ ফটো তুলি Avatar বনাব পাৰি ।
গতিকে এইখিনি হৈছে ফেচবুকৰ পৰা অহা আজিৰ টেক নিউজ ।
0 Comments