আজি ১৩ জুলাই সোমবাৰ । আজিৰ ৰাশিফল । daily assamese horoscope
![]() |
daily assamese horoscope |
আজি ১৩ জুলাই ২০২০ চনৰ সোমবাৰ । আহক জানো আজিৰ দৈনিক অসমীয়া ৰাশিফল - Daily assamese horoscope
মেঘ ৰাশি (১৩ জুলাই)
কাম - কাজত তৎপৰতাৰ অভাৱ ঘটিব । হাতত লােৱা কর্মত সুফল প্রাপ্তিৰ আশা । আর্থিক চলমান অৱস্থা থাকিব । ব্যয় কম হব । সন্তৰৰ শুভ। প্ৰেমত আশানুৰুপ ফল পাব পাৰে । দিনটো আপােনাৰ পক্ষে উৎসাজকনক হিচাপে গণ্য হ'ব পাৰে ।
বৃষ ৰাশি (১৩ জুলাই)
কর্মত তৎপৰতা বৃদ্ধি পাব । আর্থিক সকাহ প্রাপ্তি হব । আজি আপোনাৰ স্বাস্থ্য শুভ হব । ভবা মতে কর্মত অগ্ৰসৰ হ’ব পাৰিব । শৈক্ষিক কর্মত জড়িতজনৰ ভল ফল আহিব । কৰ্মত নিপুণতা প্রকাশ পাব পাৰে আজি আপোনাৰ পাৰিবাৰিক সমস্যা হ্রাস পাব ।
মিথুন ৰাশি (১৩ জুলাই)
সাৱধানতা অৱলম্বন নকৰিলে কর্মক্ষেত্ৰত ক্ষতি - শংকা হব পাৰে । সুস্থিৰ চিন্তাৰে কৰ্ম হাতত লােৱা বাঞ্ছনীয় । দুশ্চিন্তা বৃদ্ধি পাব । কর্মক্ষেত্রত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব । হাতত লােৱা কৰ্মত সফলতা প্রাপ্তিৰ আশা কৰিব পাৰে । ভ্ৰমণত সুখ । ব্যৱসায়ত লাভ বৃদ্ধি ।
কৰ্কট ৰাশি (১৩ জুলাই)
মনত নানা ধৰণৰ চিন্তাই ভিৰ কৰিব পাৰে । মনােবল অটুট ৰাখি কৰ্মত দৃঢ়তা অৱলম্বন কৰা বাঞ্ছনীয় । স্বাস্থ্যত অশুভ । প্ৰাপ্য সুযােগৰ পৰা বঞ্চিত হােৱাৰ আশংকা বিদ্যমান । দিনটো আপােনাৰ পক্ষে সমস্যাযুক্ত হ'ব পাৰে ।ঘৰুৱা সমস্যা বাঢ়িব ।
সিংহ ৰাশি (১৩ জুলাই)
মানসিক দুর্বলতা আঁতৰাব নােৱাৰিলে সমস্যা অধিক বাঢ়ি যােৱাৰ ভয় নথকা নহয় । মনােবল বৃদ্ধি কৰা বাঞ্ছনীয় । ব্যয় বৃদ্ধি পাব পাৰে । কাম - কাজত অগ্রগতি লাভৰ আশা কৰিব পাৰে । প্ৰেমত শুভ ।আর্থিকক্ষেত্র প্রতিকূল নহয় ।
কন্যা ৰাশি (১৩ জুলাই)
আনৰ সহযােগিতা লাভৰ আশা বৃদ্ধি । আজি অপোনাৰ ব্যয় হ্রাস পাব । ব্যৱসায়ত ক্ষতি । দিনটো আপােনাৰ বাবে চিন্তাদায়ক হৈ উঠিব পাৰে । কাম কাজত বেমেজালিৰ হাত এৰাই চলা টান হ'ব পাৰে ।
তুলা ৰাশি (১৩ জুলাই)
আর্থিক সমস্যা বাঢ়িব পাৰে। স্বাস্থ্যত শুভ। কাম-কাজত সাফল্য প্রাপ্তিৰ আশা কৰিব পাৰে। নির্মাণ কার্যত আনৰ সহযােগিতাই উপকৃত কৰাৰ আশা। ভ্ৰমণত সুখ প্রাপ্তি। মনত জন্মা ভীতি ভাবে কর্মক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলােৱাৰ আশংকা নথকা নহয়।
বৃশ্চিক ৰাশি (১৩ জুলাই)
আনৰ ওপৰত নিৰ্ভৰশীল কর্মত দুশ্চিন্তা কমিব। আনৰ সাহায্য লাভ। দিনটো আশাব্যঞ্জক বুলিব পাৰি। কাম-কাজত পৰিকল্পনা অনুযায়ী অগ্ৰসৰ হােৱাত বাধা নাই। ব্যৱসায়ত লাভ।পৰিকল্পনা অনুযায়ী কর্মত অগ্ৰসৰ হ’ব পাৰিব। স্বাস্থ্যত শুভ। আত্মীয় চিন্তাই মনত অশান্তিৰ উদ্রেক ঘটাব পাৰে।
ধনু ৰাশি (১৩ জুলাই)
কর্মক্ষেত্ৰত সাফল্য প্রাপ্তিৰ আশা কৰিব পাৰে। মানসিক সুখ প্রাপ্তি। আৰ্থক দিশত সতর্কতা অবিহনে ক্ষতিগ্রস্ত হােৱাৰ সম্ভাৱনা নথকা নহয়।কাম-কাজত মনােনিৱেশ কৰা টান হ'ব পাৰে। স্বাস্থ্য সমস্যা নাথাকে। দিনটো আপােনাৰ পক্ষে বিফল দায়ক ৰূপে গণ্য হ’ব পাৰে। ঘৰুৱা সমস্যা বৃদ্ধিৰ শংকা। ব্যৱসায়ত হতাশা।
মকৰ ৰাশি (১৩ জুলাই)
ব্যৱসায়ত আয়। স্বাস্থ্যত শুভ। কৰ্মক্ষেত্ৰ অনুকূল হেতু হাতত লােৱা কৰ্মত সাফল্য প্রাপ্তিৰ আশা কৰিব পাৰে। ঘৰুৱা সমস্যা লাঘৱ। কর্মক্ষেত্ৰত তিক্ততা বাঢ়িব পাৰে। দিনটো আপােনাৰ পক্ষে অনুকূল প্ৰভাৱযুক্ত। কাৰােবাৰ সৈতে মনােমালিন্যই মানসিক অশান্তিৰ সন্মুখীন কৰাব পাৰে। স্বাস্থ্য চিন্তা নাই।নিৰুদ্বেগ চিত্তে দিনটো অতিবাহিত কৰিব পাৰিব । দিনটো আপােনাৰ বাবে শুভ বুলিব পাৰি। পাৰিবাৰিক দুশ্চিন্তা নাশ।
কুম্ভ ৰাশি (১৩ জুলাই)
কাম-কাজত তৎপৰতা বৃদ্ধি পাব। ব্যৱসায়ত উন্নতি লাভৰ সম্ভাৱনা। নানা চিন্তাই মনত ভিৰ কৰিব পাৰে। সঠিক সিদ্ধান্ত গ্রহণত আউল লগাৰ আশংকা নথকা নহয়। ঘৰুৱাসমস্যা থাকিব। কর্মক্ষেত্রত সুফল প্রাপ্তিৰ আশা কৰিব পাৰে। দিটো শুভফলযুক্ত হি'ব পাৰে। সামাজিক সম্মান অটুট থকাৰ আশা কৰিব পাৰে খােৱা-বােৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব। পাকস্থলীৰ অসুখত ভুগিব পাৰে।
মীন ৰাশি (১৩ জুলাই)
ঘৰুৱা সমস্যা সমাধানৰ সাফল্যই মনক সন্তোষিত কৰিব। সুস্থিৰ চিন্তাৰে কৰ্মত আগবাঢ়িব পাৰিব। ব্যয় হ্রাস। আর্থিক দিশ প্রতিকূল বুলিব নােৱাৰি। কৰ্মৰ হেৰােৱা ছন্দ ঘূৰি অহাৰ সম্ভাবনা। মনােবল বৃদ্ধি পাব। স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। কর্মক্ষেত্ৰত সমস্যা বৃদ্ধিৰ আশংকা নথকা নহয়। ব্যৱসায়ত চিন্তা। উদ্বেগ বৃদ্ধি। পাৰিবাৰিক অশান্তি নাই।
0 Comments